tag:blogger.com,1999:blog-4260845220169598470.post1338722199971906830..comments2023-11-02T16:05:18.761+04:00Comments on জালপঞ্জী: সৃষ্টিকৰ্তা, ধৰ্ম, বিজ্ঞান আৰু বহুতো....Bikram M Baruah বিক্ৰম ম বৰুৱাhttp://www.blogger.com/profile/13743283097368936807noreply@blogger.comBlogger4125tag:blogger.com,1999:blog-4260845220169598470.post-36129828771818731002015-11-07T21:06:04.101+04:002015-11-07T21:06:04.101+04:00@Contemporary Assam : ভাল লাগিল আপোনাৰ মতামত৷ ধন্য...@Contemporary Assam : ভাল লাগিল আপোনাৰ মতামত৷ ধন্যবাদ৷Bikram M Baruah বিক্ৰম ম বৰুৱাhttps://www.blogger.com/profile/13743283097368936807noreply@blogger.comtag:blogger.com,1999:blog-4260845220169598470.post-33949785763909281152015-11-07T20:08:42.858+04:002015-11-07T20:08:42.858+04:00ধাৰণা-২: "যদি নাই ভাল কথা, যদি আছে তেওঁক আমি ...ধাৰণা-২: "যদি নাই ভাল কথা, যদি আছে তেওঁক আমি কেতিয়াবা অতি নিষ্ঠুৰ বুলি ক’ব লাগিব - নহ’লেনো ভূমিকম্প, বানপানী আদি কৰি নিৰিহ মানুহৰ ওপৰত ইমান অত্যাচাৰ কৰি কি ৰস পাই?<br />এওঁ নিষ্ঠুৰেই নহয়, কুমতলবী আৰু তোষামোদ ভাল পাই। যি তোষামোদ নকৰে, উপঢৌকন লিদিয়ে, তেওঁক অপকাৰ কৰে। তেওঁ প্ৰতেক ব্যক্তিৰে সৰু বৰ সকলো কথাতে অগা-দেৱা কৰে।<br />Contemporary Assamhttps://www.blogger.com/profile/16136111119300715190noreply@blogger.comtag:blogger.com,1999:blog-4260845220169598470.post-49254449941299364572015-11-07T19:56:27.555+04:002015-11-07T19:56:27.555+04:00"সকলো সৃষ্টিৰে এজন কৰ্তা থাকে" বুলি মানি..."সকলো সৃষ্টিৰে এজন কৰ্তা থাকে" বুলি মানি ললেও আমি উজুঁটি খাওঁ। এই সকলোবোৰ ঈশ্বৰে স্ৰজিলে, পাছে ঈশ্বৰক কোনে স্ৰজিলে? আগৰ দিনত ডাঙৰক এই প্ৰশ্ন কৰিলে, উত্তৰ আছিল-- তঁহতি এই আজে-বাজে প্ৰশ্ন সোধোতেই যাব। তহঁতৰ উন্নতি নাই। লগৰ লৰা-ছোৱালিলৈ চা-- সিহঁতৰ ৰিজাল্টেই চাবি নে স্বভাৱ চৰিত্ৰই চাবি।Contemporary Assamhttps://www.blogger.com/profile/16136111119300715190noreply@blogger.comtag:blogger.com,1999:blog-4260845220169598470.post-22614781952147429132015-11-07T19:49:29.201+04:002015-11-07T19:49:29.201+04:00এইটো মোৰ প্ৰিয় বিষয়। ধাৰণা-৩ সম্পৰ্কত কওঁ-- বিশ্ব-...এইটো মোৰ প্ৰিয় বিষয়। ধাৰণা-৩ সম্পৰ্কত কওঁ-- বিশ্ব-ব্ৰহ্মাণ্ডৰ সৃষ্টি হোৱাই নাছিল, সেয়েহে সৃষ্টি কৰ্তাৰ প্ৰয়োজন নাই।<br />মোৰ কথা- সৃষ্টিৰ যদি আৰম্ভণি আছে বুলিও ধৰো, তথাপিও সৃষ্টি কৰ্তাৰ প্ৰয়োজন নহব পাৰে। "সকলো সৃষ্টিৰে এজন কৰ্তা থাকে"- এই দাৰ্শনিক উপপাদ্যটোৱেই ভুল হব পাৰে। মই ভুল বুলিয়েই ভাবো। চকি, মেজ, ঘৰ এইবোৰৰ কৰ্তা আছে। আমাৰ জন্ম মা-দেউতা। পাছে পৰ্বত, পাহাৰ নদী এইবোৰ ঠাণ্ডা-গৰম, বতাহ বৰষুণ আদিৰ দ্বাৰা ভূপৃষ্ঠৰ পৰিবৰ্তণৰ ত হৈছে। একোটা প্ৰক্ৰিয়া। সৌৰজগত আৰু বিশ্বজগতৰ আৰম্ভণি, বিকাশ, ভবিষ্যত সম্পৰ্কে আমি বহুখিনি জানিব পাৰিছোঁ।Contemporary Assamhttps://www.blogger.com/profile/16136111119300715190noreply@blogger.com