tag:blogger.com,1999:blog-4260845220169598470.post1414177056986264422..comments2023-11-02T16:05:18.761+04:00Comments on জালপঞ্জী: মোৰ বেতাঁৰ নিগনিটো...Bikram M Baruah বিক্ৰম ম বৰুৱাhttp://www.blogger.com/profile/13743283097368936807noreply@blogger.comBlogger5125tag:blogger.com,1999:blog-4260845220169598470.post-18958512713675477192011-01-04T20:06:07.451+04:002011-01-04T20:06:07.451+04:00কাঞ্চন, ধন্যবাদ৷ শুদ্ধ কৰি দিলো, কিন্তু তোমাৰ অনুৰ...কাঞ্চন, ধন্যবাদ৷ শুদ্ধ কৰি দিলো, কিন্তু তোমাৰ অনুৰোধ মতে মন্তব্যটো বাতিল কৰাটো প্ৰয়োজনীয় বুলি নাভাবিলো, গতিকে ৰাখিলো৷Bikram M Baruah বিক্ৰম ম বৰুৱাhttps://www.blogger.com/profile/13743283097368936807noreply@blogger.comtag:blogger.com,1999:blog-4260845220169598470.post-4844872371511594102011-01-01T23:30:25.649+04:002011-01-01T23:30:25.649+04:00This comment has been removed by the author.Kanchanhttps://www.blogger.com/profile/11463148099959005792noreply@blogger.comtag:blogger.com,1999:blog-4260845220169598470.post-6451239763585755912011-01-01T23:25:50.500+04:002011-01-01T23:25:50.500+04:00This comment has been removed by the author.Kanchanhttps://www.blogger.com/profile/11463148099959005792noreply@blogger.comtag:blogger.com,1999:blog-4260845220169598470.post-90830452337010991632010-12-17T10:41:58.536+04:002010-12-17T10:41:58.536+04:00পঢ়ি ভাল লাগিল৷ মোৰ বোধেৰে শব্দবোৰ যদি আমাৰ কাকত-আল...পঢ়ি ভাল লাগিল৷ মোৰ বোধেৰে শব্দবোৰ যদি আমাৰ কাকত-আলোচনীয়ে গ্ৰহণ কৰি প্ৰকাশ নকৰে তেন্তে বিশেষ লাভ নহ'ব৷ প্ৰথম কথা আমি নিজেই শব্দবোৰ লিখি একোটা লেখা প্ৰস্তুত কৰিব লাগিব৷ কিন্তু সম্পাদকৰ স্বাধীনতাক কোনে বাধা দিব? ইয়াৰ বাবে প্ৰথমতে কোনো কৰ্মশালা অনুষ্ঠিত কৰিব লাগিব৷ CILL-য়ে এনে শব্দৰে আমাক এখন তালিকা প্ৰস্তুত কৰি দিছিল৷ কিন্তু আমি কাম কৰিবলৈ অহাৰ সময়ত সেইবোৰ নাকচ কৰা হৈছিল৷ কাৰণ সকলোৱে সহজতে বুজি পোৱাটোকে প্ৰাধান্য দিয়ে৷ তেওঁলোকৰ মতে ম'বাইল, ৰেডিঅ' যেনেকৈ অসমীয়া শব্দ হৈ পৰিছে সেইদৰে মাউচ, ইণ্টাৰনেট শব্দবোৰো অসমীয়া হৈ পৰিছে৷ এনে শব্দবোৰে অসমীয়া উচ্চাৰণ গ্ৰহণ কৰিছে৷ কিন্তু মই আপোনাৰ লগত একমত৷Anjalhttps://www.blogger.com/profile/09437519658566225901noreply@blogger.comtag:blogger.com,1999:blog-4260845220169598470.post-37130389682497496882010-12-17T10:32:46.518+04:002010-12-17T10:32:46.518+04:00আপোনাৰ জালপঞ্জী পঢ়ি ভাল লাগিল...এনেধৰণৰ শব্দ সমূহ ...আপোনাৰ জালপঞ্জী পঢ়ি ভাল লাগিল...এনেধৰণৰ শব্দ সমূহ আমি নিশ্চয় ব্যৱহাৰ কৰিব পাৰো...সম্পূৰ্ণ যুক্তিগত শব্দ এইকেইতা....himangshuhttps://www.blogger.com/profile/07302089761130892554noreply@blogger.com