tag:blogger.com,1999:blog-4260845220169598470.post5636723572548065126..comments2023-11-02T16:05:18.761+04:00Comments on জালপঞ্জী: অ’ত ত’ত য-কাৰ Bikram M Baruah বিক্ৰম ম বৰুৱাhttp://www.blogger.com/profile/13743283097368936807noreply@blogger.comBlogger2125tag:blogger.com,1999:blog-4260845220169598470.post-6562271291006069192020-10-11T08:50:58.617+04:002020-10-11T08:50:58.617+04:00'য' কাৰ নহয়। 'য়' কাৰ। ধন্যবাদ। বাক...'য' কাৰ নহয়। 'য়' কাৰ। ধন্যবাদ। বাকি ভাল লাগিল।Anonymousnoreply@blogger.comtag:blogger.com,1999:blog-4260845220169598470.post-32114555858198614992013-12-14T12:54:19.996+04:002013-12-14T12:54:19.996+04:00আপুনি কোৱা কথাখিনিৰ লগত মই একমত। কিন্তু আজি কেইইবছ...আপুনি কোৱা কথাখিনিৰ লগত মই একমত। কিন্তু আজি কেইইবছৰমানৰ পৰা অসম সাহিত্য সভা আৰু অসমীয়া ভাষাৰ পণ্ডিতৰ দাবীদাৰ কিছুমান লোকে অতিৰঞ্জিত সৰলীকৰণ কৰি অসমীয়া ভাষাটো বিকৃত কৰিবলৈ লাগিছে। <br /><br />উদাহৰণ স্বৰূপে আপুনি লিখা য-কাৰটো হে য-কাৰ হৈ থকা নাই। তেওঁলোকৰ মতে এইটো য়-কাৰ বুলি ক’ব লাগে। ঠিক তেনেকৈ দ্ব = দ+ৱ হে হেনো। একমত, ঐক্যমত নহয় ঐকমত্য হে লিখিব লাগে। আৰু বহুতো আছে... Anonymousnoreply@blogger.com