ৰৌ, ইলিছ, পাভ, বৰালী, মাগুৰ, কাৱৈ, সৰু সৰু পোৱামাছ আদি ভিন ভিন প্ৰকাৰৰ মাছো ইয়াত সমানে পোৱা যায়৷
অসমৰ সৰ্বসাধাৰণ আলিবাটৰ কাষৰ হোটেলত (মানে ৰেষ্টোৰেণ্ট) ঢেকীয়া শাকৰ ভাজি, বাঁহ গাজ, কল ডিলৰ ভাজি আদি দেখিছে? মই হ’লে কেতিয়াও দেখা নাই৷ ইয়াৰ হোটেলসমূহত কিন্তু এইবোৰ পোৱা যায়, মানুহে সমানে খায়৷
যোৱাকালি বজাৰৰপৰা কিনি অনা েএনেবোৰ কেছাবস্তু পৰাই এই সাজ ভাত আমাৰ ঘৰত ৰন্ধা হৈছিল - কৃতজ্ঞতাজ্ঞাপন: পৰিবাৰ আৰু মোৰ মা৷
যোৱাকালি বজাৰৰপৰা কিনি অনা েএনেবোৰ কেছাবস্তু পৰাই এই সাজ ভাত আমাৰ ঘৰত ৰন্ধা হৈছিল - কৃতজ্ঞতাজ্ঞাপন: পৰিবাৰ আৰু মোৰ মা৷
সুন্দৰ অভিজ্ঞতা- মোৰ লিখনিত সন্নিবিষ্ট কৰিবলৈ আপোনাৰ অনুমতি বিচাৰিলোঁ৷ ধন্যবাদ৷
ReplyDeleteধন্যবাদ৷ নিশ্চয়৷
ReplyDelete