জালপঞ্জী
এই জালপঞ্জী বা ব্লগত মোৰ মনলৈ অহা বিভিন্ন কথা লিখি যাম বুলি ভাবিছোঁ৷
Saturday, May 28, 2016
নেওচি যোৱাৰ (overtake) নিয়ম
অপ্রয়োজনায়ভাৱে নেওচি নাযাব (overtake নকৰিব)
এনে পৰিস্থিতিত নেউচি নাযাব :
পথৰ সংযোগস্তলীত, ঘূৰণীয়া বা ভাঁজ লোৱা পথ বা পাহাৰীয়া বা অন্য নির্দ্দেশনা থকা ঠাই, য’ত বিপৰীত দিশৰ গাড়ী দেখা নাযায়।
যেতিয়া বাহনৰ চালকে সন্মূখৰ পৰা নেওচি যোৱাৰ সংকেত নাপায়।
উৎস: Guwahati Traffic Police
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment